অর্থ : কোনো কথাৰ সূত্রপাত ঘটোৱা
উদাহরণ :
বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে
সমার্থক : ৰোৱা
অর্থ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য
উদাহরণ :
খেতিয়কে খেতিপথাৰত ধান ৰুইছে
সমার্থক : ৰোৱা