অর্থ : য়ুনান দেশৰ ভাষা
উদাহরণ :
শ্যামে গ্রীক ভালদৰে কʼব পাৰে
সমার্থক : গ্রীক, গ্রীক ভাষা, গ্রীক-ভাষা, গ্রীচ, গ্রীচ ভাষা, গ্রীচ-ভাষা, য়ুনানী ভাষা, য়ুনানী-ভাষা
অর্থ : য়ুনান দেশৰ চিকিৎসা প্রণালী
উদাহরণ :
তেওঁৰ য়ুনানীৰ পৰা একো লাভ নহʼল
অর্থ : যি লিপিত ইউনানী বা গ্রীক ভাষা লিখা হয়
উদাহরণ :
ইউনানী লিপি বহুত পুৰণি
সমার্থক : ইউনানী, ইউনানী লিপি, গ্রীক, গ্রীক লিপি, য়ুনানী লিপি
অর্থ : য়ুনানৰ নিবাসী
উদাহরণ :
প্রাচীন কালত গ্রীকসকলে সমগ্র বিশ্বতে তেওঁলোকৰ বীৰত্বৰ ধ্বজা উৰুৱাবলৈ সক্ষম হৈছিল
সমার্থক : গ্রীক, গ্রীকবাসী, য়ুনান-বাসী
অর্থ : যি য়ুনানৰ সৈতে সম্পর্কিত বা য়ুনান দেশৰ
উদাহরণ :
তেওঁ গ্রীক সংস্কৃতিৰ বিষয়ে বহুত কথাই জানে
সমার্থক : গ্রীক