পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হাট শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হাট   বিশেষ্য

অর্থ : কোনো নির্দিষ্ট সময়, তিথি, বাৰ বা উপলক্ষত বস্তু বিক্রী কৰা স্থান বিশেষ

উদাহরণ : লʼৰা-ছোৱালীকেইটালৈ বজাৰৰ পৰা কাপোৰ আনিবলৈ আছে

সমার্থক : বজাৰ

অর্থ : কোনো নির্দিষ্ট সময়, বাৰ, তিথি বা উপলক্ষত দোকান আদি বহা কার্য

উদাহরণ : ইয়াত প্রতি শনিবাৰে বজাৰ বহে

সমার্থক : বজাৰ

অর্থ : যি ঠাইত হৰেক ৰকমৰ বস্তু বিক্রী হয়

উদাহরণ : তেওঁ কিছুমান বস্তু কিনিবলৈ বজাৰলৈ গৈছে

সমার্থক : বজাৰ, মার্কেট, হাটখোলা

चौपाल