পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সিন্ধী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সিন্ধী   বিশেষ্য

অর্থ : সিন্ধু প্রদেশৰ অধিবাসী

উদাহরণ : এই নগৰখনৰ অর্থব্যৱস্থাত সিন্ধীসকলৰ বহুত ডাঙৰ অৱদান আছে

অর্থ : যি লিপিত সিন্ধী ভাষা লিখা হয়

উদাহরণ : শ্রদ্ধাই সিন্ধী পঢ়িব পাৰে

সমার্থক : সিন্ধী লিপি

অর্থ : সিন্ধুৰ ভাষা

উদাহরণ : ৰাজ্য চৰকাৰ সিন্ধী আৰু ্উর্দুৰ বিকাশৰ কাৰণে সচেতন

সমার্থক : সিন্ধী ভাষা, সিন্ধী-ভাষা

সিন্ধী   বিশেষণ

অর্থ : সিন্ধু প্রদেশত বসতি কৰোতা

উদাহরণ : উল্হাস নগৰত থকা সিন্ধী লোকৰ ইউ এছ এ নামৰ এটা সংগঠন আছে

সমার্থক : সিন্ধী বাসী, সিন্ধীবাসী

অর্থ : সিন্ধী ভাষাৰ সৈতে সম্বন্ধিত বা সিন্ধী ভাষাৰ

উদাহরণ : তেওঁ নিজৰ সিন্ধী গ্রন্থৰ ইংৰাজীলৈ অনুবাদ কৰি আছে

चौपाल