পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সার্বজনীন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সার্বজনীন   বিশেষণ

অর্থ : সকলো দেশীয় ্ পর্যায়ৰ

উদাহরণ : ভাৰতে সর্বদেশীয় প্রতিযোগিতাৰ অভ্যর্থন্া কৰিছে

সমার্থক : সর্বদেশীয়, সার্বভৌমিক

অর্থ : গোটেই পৃথিৱী বা সমগ্র বিশ্বৰ সকলো দেশৰ সৈতে সম্বন্ধ বজাই ৰখা বা তাৰ মাজত হোৱা

উদাহরণ : ভাৰতে সদায় সার্বজনীন উন্নতিৰ কথা কৈ আহিছে

অর্থ : প্রায় সকলো ব্যক্তিৰ, উপলক্ষ, অৱস্থা আদিত পাব পৰা বা তাৰ সৈতে সম্বন্ধ ৰাখোঁতাজন

উদাহরণ : সাক্ষৰতাৰ সন্দর্ভত বিচাৰ-বিবেচনা কৰিবৰ কাৰণে সামূহিক সভাৰ আয়োজন কৰা হʼল

সমার্থক : সামূহিক, ৰাজহুৱা

चौपाल