পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সাক্ষ্য শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সাক্ষ্য   বিশেষ্য

অর্থ : কোনো ঘটনা আদিৰ বিষয়ত কাৰোবাৰ সন্মুখত এইবুলি কোৱা কার্য যে এনেকুৱাই হʼল বা নহʼল বা এনেকুৱাই হয় বা নহয়

উদাহরণ : আজিকালি মানুহে টকাৰ কাৰণে মিছা সাক্ষীও দিবলৈ কুণ্ঠাবোধ নকৰে

সমার্থক : সাক্ষী

অর্থ : কোনো কথাৰ সত্য বা অসত্য নি্র্ণয় কৰিবলৈ দিয়া বক্তব্য বা তত্ত্ব

উদাহরণ : প্রমাণ নোপোৱাৰ কাৰণেই অপৰাধীজন বাচি গʼল

সমার্থক : চবুত, প্রমাণ

चौपाल