পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সহজ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সহজ   বিশেষ্য

অর্থ : সহজ হোৱা অৱস্থা বা ভাব

উদাহরণ : মোৰ কাৰণে যি কাম কঠিন আছিল অৰুণাই তাক সহজতে কৰি দিলে

সমার্থক : ঋজুতা, সহজতা, সৰলতা

সহজ   বিশেষণ

অর্থ : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়

উদাহরণ : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো

সমার্থক : পাতল

অর্থ : যিটো সহজে বুজা যায়

উদাহরণ : ৰামচৰিত মানস এখন বোধগম্য গ্রন্থ

সমার্থক : বোধগম্য, বোধ্য, সহজ-সৰল, সুবোধ, সৰল

অর্থ : স্বভাৱতে বা নিজে নিজে হোৱা

উদাহরণ : আনৰ দুখ দেখি দুখী হোৱাটো স্বাভাৱিক প্রতিক্রিয়া

সমার্থক : অকৃত্রিম, নৈসর্গিক, প্রাকৃত, প্রাকৃতিক, স্বভাৱগত, স্বভাৱজাত, স্বাভাৱিক

অর্থ : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়

উদাহরণ :

সমার্থক : অমায়িক, উদাৰ-চিতীয়া, খোলামনৰ, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ-সৰল, সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা

অর্থ : জটিলতা নোহোৱা আৰু যিটো সোনকালে হয়

উদাহরণ : ভক্তি ভগৱান লাভৰ সহজ পথ

সমার্থক : অজটিল, অনায়াসসাধ্য, উজু, ঢিলা, সহজ-সৰল, সহজসাধ্য, সুকৰ, সুখসাধ্য, সুগম, সৰল

चौपाल