পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সন্ত্রস্ত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সন্ত্রস্ত   বিশেষণ

অর্থ : যি ভয় কৰি আছে

উদাহরণ : গাঁৱৰ ভিতৰত বাঘ সোমোৱাৰ খবৰ পোৱাৰ পিছত সকলো মানুহ আতংকিত হৈ পৰিল

সমার্থক : আতংকিত, ত্রস্ত, ভয়াতুৰ

অর্থ : যিজনৰ মন ভয়ভাৱেৰে পূর্ণ ্ অথবা যিলোকৰ কোনো কাম আদি কৰিবলৈ লʼলে মনত ভয় উপজে:ভয়াতুৰ মানুহে জীৱনত বাৰে-বাৰে হাৰ মানিব লগীয়া হয়

উদাহরণ :

সমার্থক : অলপ-ধতুৱা, অসাহসিক, আতঙ্কগ্রস্ত, আতঙ্কিত, উচপিচীয়া, চকিত, ত্রস্ত, ত্রাসিত, ভীত, ভয়গ্রস্ত, ভয়াতুৰ, ভয়ার্ত্ত, ভয়াল, সন্ত্রাসিত

चौपाल