পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সদব্যৱহাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সদব্যৱহাৰ   বিশেষ্য

অর্থ : কোনো বস্তু, অধিকাৰ আদিৰ ভাল ধৰণে কৰা ব্যৱহাৰ

উদাহরণ : আমি সময়ৰ সদব্যৱহাৰ কৰিব লাগে

অর্থ : যি ব্যৱহাৰত ভাল ভাব থাকে

উদাহরণ : আমি সকলোৰে লগত সদব্যৱহাৰ কৰিব লাগে সদ্ ব্যৱহাৰে মানুহৰ মৰম বঢ়ায়

সমার্থক : ভাল ব্যৱহাৰ, সদাচাৰ, সদাচৰণ, সদ্ব্যৱহাৰ, সাধুতা, সুব্যৱহাৰ, সৎব্যৱহাৰ সদ্ ব্যৱহাৰ

चौपाल