অর্থ : যি মানুহ বা সমূহৰ মাজত প্রচাৰ কৰা হয়
উদাহরণ :
সম্প্রচাৰৰ দ্বাৰাই এখন ঠাইৰ সংস্কৃতি আৰু সভ্যতা আন ঠাইলৈ প্রসাৰিত হয়
সমার্থক : সম্প্রচাৰ
অর্থ : বিয়পি পৰা কার্য, বিশেষকৈ কোনো বস্তুৰ ভিতৰত
উদাহরণ :
পৰিবেশত প্রদুষিত বায়ুৰ সঞ্চৰণে বহুতো ৰোগৰ জন্ম দিছে
সমার্থক : সঞ্চৰণ