পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ষড়যন্ত্র শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ষড়যন্ত্র   বিশেষ্য

অর্থ : কাৰোবাৰ বিৰুদ্ধে গুপ্তভাৱে কৰা কোনো কাম বা মন্ত্রণা

উদাহরণ : চৰকাৰ ভাঙিবৰ কাৰণে বিৰোধী দলে সদায় কিবা নহয় কিবা ষড়যন্ত্র কৰে

সমার্থক : দূৰভিসন্ধি

অর্থ : কাৰোবাক অনিষ্ট কৰিবলৈ বা ঠগিবলৈ একাধিক লোকে কৰা গোপন চুক্তি

উদাহরণ : গীতা ৰাধা আৰু মোহনৰ গভীৰ ষড়যন্ত্রৰ চিকাৰ হʼল

সমার্থক : চক্রান্ত, মতণ্ডা

অর্থ : কপটতাপূর্ণ ্কোনো আঁচনি বা আয়োজন

উদাহরণ : চক্রবেহুৰ ৰচনা এক ষড়যন্ত্র আছিল

অর্থ : গভীৰ আৰু গুপ্ত বুদ্ধি বা চল

উদাহরণ : তোমাৰ য়ড়যন্ত্র ইয়াত নচলিব

সমার্থক : কাৰচাজী, চাতুৰি

অর্থ : ছলনা কৰা কার্য

উদাহরণ : তোমাৰ ছলনা কৰাৰ কোনো দৰকাৰ নাই

সমার্থক : কাৰচাজি, চতুৰালি, ছলনা

चौपाल