পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শূন্য শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শূন্য   বিশেষ্য

অর্থ : খালী বা ৰিক্ত স্থান

উদাহরণ : তেওঁ শূন্যত ঘূৰি আছিল

সমার্থক : আকাশ

অর্থ : পৃথিৱী আৰু আকাশৰ মাজৰ ঠাই

উদাহরণ : যাদুকৰে শূন্যত মোক ৰাখি থʼলে

সমার্থক : আলাস, ওপৰ

অর্থ : কোনো সংখ্যাৰ লগত যোগ বা বিয়োগ কৰিলে তাৰ মানৰ পৰি্ৱর্তন ্নোহোৱা গণিতৰ এক বিশেষ সংখ্যা বিশেষ

উদাহরণ : এক-ৰ পিছত এটা শূন্য বহুৱালে দহ সংখ্যা পোৱা যায়

অর্থ : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়

উদাহরণ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে

সমার্থক : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, , গগন, নভ, নভঃ, নভস, নীলিমা, ব্যোম

শূন্য   বিশেষণ

অর্থ : ভিতৰত একো নথকা বা যি অপূর্ণ

উদাহরণ : ভিক্ষাৰীজনৰ খালী পাত্রটোত পথাচাৰীজনে কেইটামান পইচা দি দিলে

সমার্থক : উকা, উদং, খালী, শূন্যগর্ভ, ৰিক্ত

অর্থ : কোনো বস্তু, গুণ আদি নোহোৱা হোৱা বা খালী হৈ যোৱা

উদাহরণ : বৰষুণৰ অভাৱত এই পুখুৰীটো পানী শূন্য হʼল

সমার্থক : বিহীন, ৰহিত

चौपाल