পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শীত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শীত   বিশেষ্য

অর্থ : জলবায়ুৰ তাপমাত্রা কমিলে শৰীৰত হোৱা এনে এক অনুভূতি যাৰ বাবে কাপোৰ আদি মেৰিয়াই লʼবলৈ মন যায় অথবা ৰʼদ , জুই আদিৰ ওচৰত ৰৈ দিলে শৰীৰটো ভাল লাগে:আজি ৰাতিপুৱাৰ পৰাই মোৰ জাৰ লাগি আছে

উদাহরণ :

সমার্থক : জাৰ, ঠাণ্ডা, শৈত্য

অর্থ : ঠাণ্ডা বতৰ

উদাহরণ : শীতত বৰষুণ হʼলে ঠাণ্ডা আৰু বেছি হয়

সমার্থক : জাৰ, জাৰকালি, শীতকাল

चौपाल