অর্থ : শৰীৰৰ ওপৰত থকা বহুত সৰু আৰু পাতল চুলি
উদাহরণ :
ভয়ৰ কাৰণে শ্যামৰ গাৰ নোম শিঁয়ৰি উঠিল
সমার্থক : নোম
অর্থ : জন্তুৰ ছালৰ ওপৰৰ অংশৰ পৰা ওলোৱা সূতাৰ লেখীয়া পাতল আৰু দীঘল এক ধৰণৰ বস্তু
উদাহরণ :
বান্দৰৰ গোটেই দেহ নোমেৰে আৱৰা
সমার্থক : নোম