অর্থ : এক প্রকাৰ গোলাকাৰ মিঠা ফল লগা চিৰসেউজ বৃক্ষ
উদাহরণ :
তেওঁ লিচুত উঠি লিচু খাই আছে সি লিচু গছত উঠি আছে
সমার্থক : লিচু গছ
অর্থ : এবিধ সৰু আকাৰৰ গোলাকাৰ মিঠাজাতীয় ফল
উদাহরণ :
লিচুৰ বাকলি টান আৰু কাঁইটীয়া ধৰণৰ