অর্থ : চকৰীৰ আধাৰত ঘূৰি থকা গোলাকাৰ খণ্ডবিশেষ
উদাহরণ :
লাটুমটো নিজৰ আধাৰৰ পৰা দূৰলৈ দলিয়াই পঠিওৱা হʼল
সমার্থক : চকৰি
অর্থ : পকাই লগোৱা সূতাৰ সহায়ত ঘূৰোৱা চকৰিৰ আকাৰৰ এবিধ খেলা সামগ্রী
উদাহরণ :
লʼৰা-ছোৱালীবোৰে পথাৰত লাটুম ঘূৰাই আছে
সমার্থক : লাটিম