অর্থ : এবিধ মিঠা কন্দ বা মূল
উদাহরণ :
ব্রত পালন কৰিলে মিঠা আলুক ফল হিচাপে খোৱা হয়
সমার্থক : মিঠা আলু
অর্থ : মাটিত বগাই যোৱা এবিধ লতাগছ, যাৰ কন্দ খাবলৈ মিঠা
উদাহরণ :
মিঠাআলুৰ খেতিডৰাত খেতিয়কজনে কীটনাশক ঔষধ ছটিয়াই আছে
সমার্থক : মিঠা আলু, মিঠাআলুৰ গছ