পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মজলীয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মজলীয়া   বিশেষণ

অর্থ : সকলোতকৈ ডাঙৰৰ পিছৰজন বা যাৰ ওপৰত কেৱল এজন থাকে

উদাহরণ : ৰাণীৰ মাজু ভায়েক মোৰ শ্রেণীত পঢ়ে

সমার্থক : মাজু

অর্থ : একেবাৰে ডাঙৰ বা একেবাৰে সৰু আকাৰৰ মাজৰ এক অৱস্থা

উদাহরণ : এই বনত মজলীয়া আকাৰৰ উদ্ভিদ অধিক পৰিমাণে আছে

সমার্থক : মধ্যমীয়া

অর্থ : মধ্যম আকাৰৰ

উদাহরণ : এই গছজোপাত মজলীয়া আকাৰৰ ফল লাগে

সমার্থক : মধ্যমীয়া

चौपाल