পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মচুৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মচুৰ   বিশেষ্য

অর্থ : দাইল হিচাপে খোৱা এবিধ শস্য

উদাহরণ : মচুৰ দাইলত অধিক পৰিমাণে প্রʼটিন পোৱা যায়

সমার্থক : মচুৰ দাইল, মচুৰ মাহ

অর্থ : দাইল হিচাপে খোৱা এক ৰঙচুৱা সৰু বীজৰ মাহজাতীয় গছ

উদাহরণ : খেতিয়কে মচুৰ মাহৰ গছ চপাইছে

সমার্থক : মচুৰ গছ, মচুৰ মাহৰ গছ

অর্থ : দাইল হিচাপে ৰান্ধি খোৱা এক প্রকাৰ দ্বি-উত্তল বীজ

উদাহরণ : বৈদ্যশাস্ত্রত মচুৰ মাহক কফনাশক, পিত্তনাশক, জ্বৰনাশক বুলি কোৱা হৈছে

সমার্থক : মচুৰ মাহ

चौपाल