পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মʼৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মʼৰা   বিশেষ্য

অর্থ : দীঘল ফিচা থকা আৰু চালি ধৰিব পৰা এবিধ অতি ধুনীয়া চৰাই

উদাহরণ : মʼৰা ভাৰতৰ ৰাষ্ট্রীয় চৰাই

সমার্থক : কলাপী, কেকী, বর্হিন, বর্হী, মʼৰা চৰাই, ময়ুৰ, শিখণ্ডী, শিখাধৰ, শিখাবল, সর্পহিংসক, সিতাপাঙ্গ

অর্থ : মʼৰা চৰাইৰ মাইকী

উদাহরণ : এই চিৰিয়াখানাত এজনীও মাইকী মʼৰা নাই

সমার্থক : মাইকী মʼৰা, মাইকী ময়ূৰ, ময়ূৰী

चौपाल