পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভোৰভোৰোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভোৰভোৰোৱা   ক্ৰিয়া

অর্থ : পাগলৰ দৰে ব্যর্থ ্কথা কোৱা

উদাহরণ : তীব্র জ্বৰৰ বাবে তেওঁ ্প্রলাপ বকি আছে

সমার্থক : প্রলাপ বকা, ভুল বকা

অর্থ : অস্ফুট বা অস্পষ্ট স্বৰত কোৱা

উদাহরণ : বৃদ্ধলোকে অধিক ভোৰভোৰায়

সমার্থক : ভোৰভোৰা

অর্থ : মনৰ ভিতৰতে অস্পষ্ট শ্্ব্দত কিবা কোৱা

উদাহরণ : কাম কৰিবলৈ কওঁতেই তেওঁ ্ভোৰভোৰাবলৈ লাগিল

অর্থ : টোপনি বা বেহুচ হৈ থকাৰ সময়ত কিবাকিবি কোৱা

উদাহরণ : সুমনৰ আইতাকে ৰাতি শোৱাৰ পিছত বেলবেলাই থাকে

সমার্থক : বেলবেলোৱা

चौपाल