পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভাটৌ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভাটৌ   বিশেষ্য

অর্থ : মানুহৰ মাত অনুসৰণ কৰিব পৰা ঘৰত পোহা এবিধ সেউজীয়া ৰঙৰ চৰাই

উদাহরণ : সজাত থকা ভাটৌটোৱে ৰাম ৰাম বুলি কৈছে

সমার্থক : ভাটৌ চৰাই

অর্থ : ভাটৌ জাতিৰ মাইকী

উদাহরণ : মোহনে তাৰ ঘৰত এজনী ভাটৌ পুহিছে

সমার্থক : ভাটৌ(জনী), মাইকী ভাটৌ

चौपाल