পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভবা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভবা   ক্ৰিয়া

অর্থ : কোনো বিষয়ত মনেৰে বিচাৰ কৰা বা মগজুৰ খটুৱা কার্য

উদাহরণ : এই প্রশ্নটো সমাধান কৰিবলৈ মই বহুত চিন্তা কৰিলো, কিন্তু কৃতকার্য নহʼলো তেওঁ দিনটো বহি বহি কি ভাবি থাকে গম নাপাওঁ

সমার্থক : চিন্তা কৰা, ভাবি থকা

অর্থ : কোনো কথা বা কামত নিজকে নিজে আনৰ তুলনাত শ্রেষ্ঠ বুলি অনুভৱ কৰা

উদাহরণ : সি নিজকে নিজে বহুত কিবা বুলি ভাবে

चौपाल