অর্থ : কোনো বস্তু ক্রয় কৰা বা তৈয়াৰ কৰাৰ বাবদ লগা ধনৰাশি
উদাহরণ :
সেই ঘৰটো সাজিবলৈ কিমান খৰচ পৰিব
সমার্থক : খৰচ
অর্থ : কোনো কাম সম্পূর্ণ কৰিবৰ কাৰণে পাৰিশ্রমিক, মূল্য আদিৰ ৰূপত ধন দিয়া বা লগোৱা কার্য
উদাহরণ :
এই ভৱনটো নি্র্মাণৰ কাৰণে লাখ টকা খৰচ হʼল
সমার্থক : খৰচ