পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ব্যঞ্জন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ব্যঞ্জন   বিশেষ্য

অর্থ : যি ্বর্ণ স্বৰবর্ণৰ ্সহায় অবিহনে উচ্চাৰণ কৰিব পৰা নাযায়

উদাহরণ : হিন্দী ্বর্ণ্্মালাত ক-ৰ পৰা হ-লৈকে সকলো বর্ণক ব্যঞ্জন বোলা হয়

সমার্থক : ব্যঞ্জন বর্ণ

অর্থ : চাউল, ৰুটি আদিৰ লগত খোৱা পদার্থ

উদাহরণ : উৎসৱত বিবিধ-বিবিধ প্রকাৰৰ ব্যঞ্জন তৈয়াৰ কৰা হয়

অর্থ : তেল বা ঘিঁউত ৰন্ধা কোনো ব্যঞ্জন

উদাহরণ : উৎসৱত মালপোৱা, পুৰী আদি না-না ধৰণৰ ব্যঞ্জন বনোৱা হয়

चौपाल