অর্থ : কোনো কামৰ আকাৰ, প্রকাৰ বা নীতি-নিয়ম কোৱা
উদাহরণ :
তেওঁ ্ মোক আচাৰ বনোৱাৰ নিয়ম বুজাই দিলে
সমার্থক : কোৱা, দেখুৱাই দিয়া, নির্দেশ দিয়া, বুজাই দিয়া, শিকাই দিয়া
অর্থ : সুন্দৰ আৰু শৃংখলিতভাৱে উপস্থাপন কৰা কাৰ্য
উদাহরণ :
তেখেতে নিজৰ অনুভূতিখিনি শব্দত ব্যক্ত কৰিলে
সমার্থক : প্রকাশ কৰা