পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিহ্বলতা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিহ্বলতা   বিশেষ্য

অর্থ : উদ্বিগ্ন হোৱা অৱস্থা বা ভাব

উদাহরণ : উদ্বিগ্নতাৰ কাৰণেই মই এই কামটোত মন বহুৱাব পৰা নাই

সমার্থক : উগুল-থুগুল, উচপিচ, উচপিচনি, উদ্বগ্নতা, উৎকণ্ঠা

অর্থ : ভাবত বিভোৰ হৈ থকা

উদাহরণ : সকলো কামতে শ্যামক ভাব বিভোৰতাত থকা যেন লাগে

সমার্থক : ভাব বিভোৰতা, ভাব-বিভোৰতা, ভাব-বিহ্বলতা

অর্থ : ভয়, চিন্তা আদিৰ কাৰণে মস্তিষ্কৰ কোষবোৰত চাপ পৰাৰ কাৰণে বিকলতা অনুভৱ কৰা অৱস্থা

উদাহরণ : মানসিক অশান্তিৰ কাৰণে তেওঁ ্বেমাৰত পৰিল

সমার্থক : অশান্তি, মানসিক চাপ

चौपाल