পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিহাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিহাৰী   বিশেষ্য

অর্থ : বিহাৰত কোৱা এক ধৰণৰ ভাষা

উদাহরণ : তেওঁলোক দুয়োজনে বিহাৰীত কথা পাতি আছে

অর্থ : বিহাৰ ৰাজ্যৰ অধিবাসী

উদাহরণ : ভালেমান বিহাৰী মোৰ ভাল বন্ধু

বিহাৰী   বিশেষণ

অর্থ : বিহাৰৰ সৈতে সম্বন্ধ থকা

উদাহরণ : তেওঁ বিহাৰী ৰাজনীতি পছন্দ কৰে

অর্থ : বিহাৰ ৰাজ্যৰ সৈতে সম্বন্ধ থকা

উদাহরণ : আমি বিহাৰী লোক-নৃত্য চাবলৈ গৈছিলোঁ

चौपाल