পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বিবেক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বিবেক   বিশেষ্য

অর্থ : কোনো কথাৰ চিন্তা-ভাবনা আৰু নিশ্চিত কৰিব পৰা মনোবৃত্তি বা মানসিক শক্তি

উদাহরণ : আনৰ বুদ্ধিৰে ৰজা হʼবলৈ আশা কৰাতকৈ নিজৰ বুদ্ধিৰে ভিখাৰী হোৱাই বেছি ভাল

সমার্থক : জ্ঞান, ধী, ধীশক্তি, বুদ্ধি, মতি, মনীষা, মেধা

অর্থ : ভাল-বেয়া কথা বুজিপোৱা বা ভাবিব পৰা শক্তি আৰু জ্ঞান

উদাহরণ : বিপদৰ সময়ত বিবেকৰ দ্বাৰাহে কাম কৰা উচিত

चौपाल