অর্থ : যিয়ে কাৰোবাৰ অভিক্্র্তাৰ ৰূপত তেওঁৰ ্দ্বাৰা প্রস্তুত কৰা কোনো বস্তু গ্রাহকক বা খুচুৰা বেপাৰী আদিক দিয়ে
উদাহরণ :
কাপোৰ মিলৰ মালিকক বিতৰকৰ আৱশ্যক হৈছে
অর্থ : বিতৰণ কৰা বা ভগাই দিয়া ব্যক্তি
উদাহরণ :
চৰকাৰী দোকানৰ বিতৰকে চেনি কমকৈ জুখি আছিল