অর্থ : এছিয়া আৰু আমেৰিকাৰ মাজত থকা এখন মহাসাগৰ
উদাহরণ :
প্রশান্ত মহাসাগৰ পৃথিৱীৰ সকলোতকৈ ডাঙৰ মহাসাগৰ
সমার্থক : প্রশান্ত মহাসাগৰ
অর্থ : যাৰ চিত্ত স্থিৰ
উদাহরণ :
স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে
সমার্থক : অচঞ্চল, অমত্ত, শান্ত, স্থিৰ, স্থিৰচিত্ত