পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পিছ পৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পিছ পৰা   ক্ৰিয়া

অর্থ : পিছত ৰৈ যোৱা

উদাহরণ : অসুখৰ কাৰণে গৌৰৱ পঢ়াত বহুত পিছ পৰিল

সমার্থক : পিছুওৱা

পিছ পৰা   বিশেষণ

অর্থ : কাৰোবাৰ পিছে পিছে যোৱা ব্যক্তি বা যি পিছত আছে

উদাহরণ : দৌৰত পিছ পৰা লʼৰাবোৰক গালি পাৰিলে

সমার্থক : পশ্চাদগামী, পশ্চাদৱর্ত্তী

অর্থ : কোনো গুণ আদিত অলপ পিছ পৰা

উদাহরণ : ৰাম পঢ়াত শ্যামতকৈ পিছ পৰা

चौपाल