পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পিছত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পিছত   বিশেষ্য

অর্থ : কোনো বস্তু আদিৰ পিছৰ অংশ

উদাহরণ : সন্ত্রাসবাদী ঘৰটোৰ পিছফালে লুকাই আছিল

সমার্থক : পশ্চভাগ, পিছফাল

পিছত   ক্ৰিয়া বিশেষণ

অর্থ : উল্লেখ কৰা বা নির্দিষ্ট হৈ থকা কোনো সময় পাৰ হৈ যোৱা সময়ছোৱা:এই কামটো কৰাৰ পিছতহে মই ঘৰলৈ যাম

উদাহরণ :

সমার্থক : অৱশেষত, পৰবর্তী, পৰিশেষত, শেষকালত, শেষত

অর্থ : সময়, দূৰত্ব আদিত পিছৰ ফালে

উদাহরণ : আমি বিকাশৰ ক্ষেত্রত আমেৰিকাতকৈ ভালেখিনি পিছত আছো

অর্থ : কিহবাৰ সন্দর্ভত (্কার্য আদিক পৰিণতি দিয়াৰ)

উদাহরণ : এই হত্যাৰ পিছত কাৰ হাত থাকিব পাৰে

चौपाल