পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পার্টী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পার্টী   বিশেষ্য

অর্থ : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল

উদাহরণ : ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে

সমার্থক : ৰাজনৈতিক দল

অর্থ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

উদাহরণ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

সমার্থক : দল, পক্ষ

অর্থ : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

উদাহরণ : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

সমার্থক : পক্ষ

অর্থ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

উদাহরণ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

সমার্থক : দল, মণ্ডলী, সংঘ, সঙ্ঘ

অর্থ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

উদাহরণ : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

সমার্থক : দল

चौपाल