পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পলাই যোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পলাই যোৱা   ক্ৰিয়া

অর্থ : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা

উদাহরণ : কয়দীজন জেলৰ পৰা পলাই গʼল

সমার্থক : পলায়ন কৰা, পলোৱা

অর্থ : পৰ-পুৰষৰ সৈতে স্ত্রী গুচি যোৱা কার্য

উদাহরণ : সীমা মোৰ ড্রাইভাৰটোৰ লগত পলাল

সমার্থক : পলাল, ভাগি যোৱা

অর্থ : মনে মনে গুচি যোৱা

উদাহরণ : সি মোৰ টকা-পইচা লৈ পলাই গʼল

সমার্থক : উধাও হোৱা

चौपाल