মূৰ (বিশেষ্য)
শৰীৰৰ ডিঙিৰ ওপৰৰ ভাগ
মহীচুঙা (বিশেষ্য)
লিখিবৰ কাৰণে ব্যৱহাৰ কৰা চিয়াহী ৰখা পাত্র
ঘন বাদ্য (বিশেষ্য)
যি বাদ্য দুয়োটা ফালৰ পৰা আঘাত কৰি বজোৱা হয়
বিদগ্ধ (বিশেষণ)
যিয়ে অধিক বিদ্যা আহৰণ কৰিছে
নৱৰত্ন (বিশেষ্য)
মুকুতা, মাণিক, ্বৈদুর্য, ্গোমেদ, হীৰা, প্রৱাল, পদ্মৰাগ, মৰকত আৰু নীলকান্ত- এই নবিধ ৰত্ন
নিবাৰণ (বিশেষ্য)
কোনো কামত বা কথাত মানা কৰা
লোকোক্তি (বিশেষ্য)
বাস্তৱ জীৱনৰ অভিজ্ঞতাৰ পৰা আহৰণ কৰা মানুহৰ মাজত প্রচলিত কিছুমান কথা বা উক্তি
বাধা-বিঘিনি (বিশেষ্য)
কোনো কাম কৰাৰ সময়ত হোৱা বাধা
চৰণীয়া পথাৰ (বিশেষ্য)
পশু চৰিবৰ কাৰণে মুকলি কৰি ৰখা ভূমিভাগ
কৃতকার্য (বিশেষণ)
যি চেষ্টা কৰি কোনো কার্য ্বা উদ্দেশ্য পূর্ণ কৰি লয়