পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নীচ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নীচ   বিশেষণ

অর্থ : ভালৰ ওলোটা বা বিপৰীত

উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়

সমার্থক : অধম, অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, বদ, বেয়া, মন্দ

অর্থ : যি পাপ কৰে বা পাপ কৰোতা

উদাহরণ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

সমার্থক : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী

অর্থ : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ

উদাহরণ : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ

সমার্থক : অধম, ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীহ, হীন

অর্থ : যি জাতি, পদ, গুণ আদিত নিম্নমানৰ

উদাহরণ : উচ্চ বর্গই ্সদায় নিম্ন ্বর্গক ্প্রতাৰিত কৰে

সমার্থক : নিম্ন

चौपाल