পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নিৰাশ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নিৰাশ   বিশেষ্য

অর্থ : আশাৰ অভাৱ

উদাহরণ : নিৰাশাই মন আৱৰি ৰাখিলে সফলতা লাভ কৰা কঠিন হৈ পৰে

সমার্থক : আশাভঙ্গ, আশাশূন্যতা, নিৰাশা, নৈৰাশ, নৈৰাশ্য, মোহভঙ্গ, মোহমুক্তি, হতাশা

নিৰাশ   বিশেষণ

অর্থ : যাৰ আশা নোহোৱা হৈ গৈছে

উদাহরণ : মহেশে যিকোনো কামতে নিৰাশ হৈ হাৰ মানি লয়

সমার্থক : আশাহীন

অর্থ : যি আশা হেৰুৱাই পেলাইছে বা যাৰ আশা নষ্ট হৈছে

উদাহরণ : বিদ্যালয়ত নামভর্তিৰ সুবিধা নোপোৱাৰ কাৰণে শ্যাম হতাশ হৈ পৰিছে

সমার্থক : আশাশূন্য, আশাহীন, নিভাৰসা, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, হতাশ

चौपाल