অর্থ : উদ্ভিদ জাতীয় পদার্থ ্খোৱা প্রাণী
উদাহরণ :
পাথৰ হোৱা ৰোগ মাংসহাৰীৰ তুলনাত নিৰামিষভোজীৰ কমকৈ হয়
সমার্থক : নিৰামিষভোজী
অর্থ : উদ্ভিদ জাতীয় পদার্থ ্আহাৰ হিচাপে গ্রহণ কৰোতা
উদাহরণ :
ছাগৰী এবিধ তৃণভোজী প্রাণী
সমার্থক : তৃণভোজী