অর্থ : মনে মনে থকা অৱস্থা বা কার্য
উদাহরণ :
শিক্ষকে প্রশ্ন সোধাৰ পিছতে সভাকক্ষত মৌনতা বিৰাজ কৰিলে
সমার্থক : নিৰবতা, নীৰবতা, নীৰৱতা, মৌনতা, শ্্ব্দ নকৰা-
অর্থ : প্রায়ভাগেই মনে মনে থকা বা মনৰ ভাৱবোৰক মনতে ৰাখোতা
উদাহরণ :
তেওঁ নিমাত স্বভাৱৰ পৰা সকলোৱে আমনি পায়
সমার্থক : অল্পভাষী