পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নাড়ি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নাড়ি   বিশেষ্য

অর্থ : জৰায়ুজ জন্তুৰ পেটৰ সোমাজত থকা ঘূৰণীয়া খোৰ বা গাঁত যʼত গর্ভাৱস্থাত জৰায়ুনলী লগ-লাগি থাকে

উদাহরণ : এই কেঁচুৱাটোৰ নাড়ী পকিছে

সমার্থক : উদৰাবর্ত, নাই, নাড়ী, নাভি, নাভিকুণ্ডল, নাভিকুণ্ডলী, নাভিকূপ, নাভিদেশ, নাভিমণ্ডল, নাভিস্থল

অর্থ : প্রাণীৰ পেটৰ ভিতৰত থকা এক বিশেষ নলী যি গুহ্যদ্বাৰলৈকে থাকে আৰু যাৰ মাজেদি মল বা অদৰকাৰী পদার্থ ্ বাহিৰ হৈ যায়

উদাহরণ : আমিষভোজী মানুহৰ অন্ত্রৰ ভিতৰখন লাহে-লাহে ডাঙৰ হৈ যায়

সমার্থক : অন্ত্র, অন্ত্রজঠৰ, নাড়ি-ভুড়ু, নাড়ী

चौपाल