অর্থ : ওপৰৰ পৰা তলৰ ফালে অনা কার্য
উদাহরণ :
কুঁৱলীৰ কাৰণে উৰাজাহাজ অৱতৰণত অসুবিধা হৈছে
সমার্থক : অৱতৰণ
অর্থ : থিয় হৈ থকা কোনো বস্তুক হাউলিবলৈ প্রবৃত্ত কৰা
উদাহরণ :
ফল চিঙিবৰ কাৰণে ডালবোৰ তললৈ নমোৱা হয়
সমার্থক : হাউলা
অর্থ : ওপৰৰ পৰা তলৰ ফালে অনা
উদাহরণ :
মোহনে ট্রাকৰ পৰা বস্তু নমাই আছে