অর্থ : কোনো দেশৰ নিবাসী
উদাহরণ :
ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
সমার্থক : নাগৰিক
অর্থ : যি নগৰত বাস কৰে বা নগৰত থাকে
উদাহরণ :
গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
সমার্থক : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া