পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধাৰাবাহিক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধাৰাবাহিক   বিশেষ্য

অর্থ : কিছুমান বিশেষ চৰিত্রৰ দৈনন্দিন জীৱনক ্দর্শাই দূৰদর্শন, ৰেডিঅʼ আদিত চলা ঘটনা প্রধান নাটক

উদাহরণ : দূৰদর্শনত ্চলা সকলো ধাৰাবাহিকৰ কাহিনী মোৰ একে যেন লাগে

সমার্থক : চিৰিয়েল

ধাৰাবাহিক   বিশেষণ

অর্থ : এটা সূত্র বা ধাৰাৰ ৰূপত অলপো যতি নপৰাকৈ আগ বাঢ়ি যোৱা

উদাহরণ : তেওঁৰ ্ধাৰাবাহিক লেখা প্রতি শনি বাৰে বাতৰি কাকতত ওলায়

चौपाल