পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দেউলীয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দেউলীয়া   বিশেষ্য

অর্থ : ঋণ পৰিশোধ কৰিবৰ কাৰণে হাতত এপইচাও নোহোৱা মানুহৰ অৱস্থা

উদাহরণ : ব্যৱসায়ত ঘাটি খোৱাৰ কাৰণে মহাজন দেউলীয়া হʼল

দেউলীয়া   বিশেষণ

অর্থ : যাৰ ওচৰত ঋণ পৰিশোধ কৰিবলৈ একোৱেই নাই

উদাহরণ : আদালতে ৰামুক দেউলীয়া ঘোষণা কৰিলে

সমার্থক : দেউলিয়া, নষ্টনিধি, ্সর্বস্ব্ান্ত

चौपाल