পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দৃঢ় শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দৃঢ়   বিশেষণ

অর্থ : যি সিদ্ধান্ত সলনি নহয়

উদাহরণ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

সমার্থক : অটল, অবিচল, একনিষ্ঠ, একাগ্র, নিমগ্ন, স্থিৰ

অর্থ : যাৰ কোনো শিথিলতা নাই:চেগুনৰ কাঠেৰে সজা ফার্ণিচাৰ মজবুত হয় মোৰ মনটো অতি দৃঢ়

উদাহরণ :

সমার্থক : অশিথিল, মজবুত

অর্থ : যি নমনীয় নহয় বা যাক টলাব নোৱাৰি

উদাহরণ : আলেকজেণ্ডাৰৰ সন্মুখত পুৰু অনমনীয় হৈ থাকিল

সমার্থক : অনমনীয়, অনম্য, কঠোৰ

অর্থ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

উদাহরণ : পাহাৰ-পর্বত স্থিৰ

সমার্থক : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ

चौपाल