অর্থ : ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা এবিধ গছৰ সুগন্ধি ছাল
উদাহরণ :
মায়ে আজি পোলাওত ডালচেনি দিবলৈ পাহৰিলে
সমার্থক : ডালচেনি
অর্থ : সুগন্ধি ছালযুক্ত একপ্রকাৰৰ গছ যাৰ ছাল মছলা হিচাপে ব্যৱহাৰ কৰা হয়
উদাহরণ :
কেৰেলাত দালচেনিৰ খেতি কৰা হয়