পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তৰকাৰী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তৰকাৰী   বিশেষ্য

অর্থ : সিজোৱা মচলাযুক্ত পনীয়া ভাজি

উদাহরণ : ভাতৰ লগত তেওঁক এখন ্তৰকাৰী আৰু এখন শুকান ভাজি লাগেই

সমার্থক : পনীয়া ভাজি

অর্থ : ৰন্ধা পাচলি

উদাহরণ : আলুৰে বিভিন্ন ধৰণৰ তৰকাৰী বনাব পাৰি

সমার্থক : চবজি, ভাজি

অর্থ : ৰুটি, ভাত আদিৰ লগত খাবৰ কাৰণে খাদ্যোপযোগী উদ্ভিদৰ ঠানি, ফল, কন্দ, শাক আদিৰে ৰন্ধা ব্যঞ্জন বিশেষ

উদাহরণ : প্রিয়ম্বদাই ভেণ্ডীৰ তৰকাৰী ৰান্ধি আছে

সমার্থক : আঞ্জা, চ্্ব্জি

चौपाल