পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে তল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

তল   বিশেষ্য

অর্থ : জলাশয়ৰ তলৰ ভূমি

উদাহরণ : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে

সমার্থক : তলি

অর্থ : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ

উদাহরণ : লোটাটোৰ তলিত গেদ জমা হৈছে

সমার্থক : তলি

অর্থ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ

উদাহরণ : গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়

সমার্থক : স্তৰ

অর্থ : কোনো বস্তুৰ আধাৰত ৰৈ থকা তলৰ অংশ

উদাহরণ : এই কেৰাহীখনৰ তলীখন ডাঠ

সমার্থক : তলী

चौपाल