পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঠিক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঠিক   বিশেষণ

অর্থ : যি কোনো কাম কৰিবৰ বাবে সমর্থ

উদাহরণ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল

সমার্থক : উচিত, উপযুক্ত, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য

অর্থ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল

উদাহরণ :

সমার্থক : উচিত, উপযুক্ত, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ

অর্থ : যেনেকুৱা বস্তু তেনেকুৱাই থকা বা যʼত কোনো ধৰণৰ বিনির্মাণ বা লুক-ঢাক নাই

উদাহরণ : সাক্ষীয়ে ভয় খাই সঁ্চা কথা নকʼলে

সমার্থক : যথার্থ, সঁ্চা, সত্য

অর্থ : যেনে হোৱা উচিত তেনেধৰণৰ

উদাহরণ : এই কথাটো মোৰ উচিত যেন লগা নাই

সমার্থক : উচিত, উপযুক্ত, যোগ্য, সঠিক

অর্থ : যʼত কোনো ধৰণৰ ব্যৱস্থা বা নিয়ম আছে

উদাহরণ : তেওঁ ্কোঠাটোৰ ঠিক কৰি থোৱা বস্তুবোৰ খেলিমেলি কৰি দিলে

সমার্থক : বিন্যস্ত, ব্যৱস্থিত

অর্থ : যিটো নি্র্ধাৰিত বা নিশ্চিত

উদাহরণ : মই নিশ্চিত ঠাইত উপস্থিত হʼম

সমার্থক : নির্দিষ্ট, নিশ্চিত, নি্র্ধাৰিত, নিয়ত, সঠিক

चौपाल